অষ্ট্ৰেলিয়াৰ অন্যতম অগ্ৰণী Last Mile বিতৰণ Get it first অসমৰ গুৱাহাটী Startup onetracker Technologies Pvt.Ltdক অধিগ্ৰহিত কৰিছে।Onetracker Tech Last Mile বিতৰণৰ বাবে বৈশ্বিক মানদণ্ডসম্পন্ন এক উদ্যম প্ৰযুক্তি মঞ্চ।উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্যমীসকলক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে এন আৰ এলে আইডিয়েচন অনুষ্ঠিত কৰি আহিছে।ৰিফাইনেৰীৰ এই সমৰ্থনৰ দ্বাৰা Onetracker ক বৈশ্বিক বজাৰত ব্যৱসায়িক সুযোগ বিচৰাৰ বাবে সক্ষম হয় আৰু Get IT First দ্বাৰা অধিগ্ৰহিত কৰা হয়।Get It firstANZ অঞ্চলত গ্ৰাহকসকলক একে দিনাই ডেলিভাৰী প্ৰদান কৰা সেৱা দিয়া এটি আগশাৰীৰ কোম্পানী আৰু ভাল অগ্ৰণীয় প্ৰযুক্তি আৰু ডাটা এনলিটিক্স প্ৰয়োগ কৰি ক্ষীপ্ৰতাৰে সুবিধাজনক ভাৱে এক অন্যতম বিতৰণ অভিজ্ঞতা প্ৰদান কৰে।এই অধিগ্ৰহণেৰে Get It first one trackerক ডাঙৰ পৰিমাণৰ বিনিয়োগ কৰি এটা বিশ্বস্তৰীয় প্ৰডাক্ট তৈয়াৰ কৰিবলৈ সক্ষম হ`ব।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন