আইআইটি প্ৰৱেশিকা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিল অসমৰ জয়ীতা

0 676

সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ জয়ীতা নাথ পুৰকায়স্থ।শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰী জয়ীতা নাথ পুৰকায়স্থই আই আই টি স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে। জয়ীতাৰ বৈকল্পিক কাকত আছিল জৈৱ প্ৰযুক্তিবিদ‍্যা। জয়ীতা শিলচৰৰ বিবেকানন্দ ৰোডৰ বাসিন্দা৷

Leave A Reply

Your email address will not be published.