চলিত বিত্তীয় বৰ্ষলৈ মাজত আৰু দুটা দিন থকা অৱস্থাত অৰ্থাৎ আজিলৈকে ২৫২, ৫৯, ১৭, ১৮৫ ( দুশ বাৱন্ন কোটি উনাষাঠি লাখ সোতৰ হাজাৰ এশ পঁচাশী) টকাৰ ৰাজহ সংগ্ৰহেৰে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস নেতৃত্বাধীন পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ বিভাগৰ কাৰ্যালয়ে। ইফালে আজি সোমবাৰৰ দিনটোতো কামৰূপ মহানজৰ জিলা পৰিবহণ বিভাগে ২,৬৮,১৪, ৪৯০ (দুই কোটি আাঠসষ্ঠি লাখ চৈধ্য হাজাৰ চাৰিশ নব্বৈ ) টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে প্ৰথমবাৰৰ চলিত বিত্তীয় বৰ্ষত এনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱাত বিভাগৰ বিষয়া-কৰ্মীসকল স্বাভাবিকতেই উৎফুল্লিত হৈ বিভাগটোৰ মুৰব্বী অথাৎ পৰিবহণ বিষয়া গৌতম দাসক অভিনন্দন জনাই তেওঁৰ নেতৃত্বত এই কাৰ্যালয়ৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ