বিগত ২০২১-২২ বিত্তীয় বৰ্ষলৈকে বকেয়াসহ যান-বাহনৰ কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে পৰিবহণ বিভাগ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু জয়সিং ৰংফাৰৰ উপস্থিতিত বিভাগৰ বিষয়া-কৰ্মীৰ এটা দলে এই অভিযান আৰম্ভ কৰে। আজি আৰু কালি অভিযানকাৰী দল মহানগৰীৰ জি এছ ৰোড, গণেশগুৰি, হেঙেৰাবাৰী, ৰুক্মিণী গাওঁ, খানাপাৰা, বশিষ্ঠ, বেলতলা আদি অঞ্চলত ব্যক্তিগত-ব্যৱসায়িক বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি অনাদায়কৃত কৰ শীঘ্ৰে পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন