গুৰুজনাৰ অমৰ সৃষ্টি ধৰি ৰখাৰ প্ৰয়াস নগাঁৱৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো বিদ্যালয়খনিয়ে আয়োজন কৰে ঢোল, খোল, ঘোষা, নৃত্য, চিত্ৰৰ বিশেষ কৰ্মশালা। চিত্ৰকলা বিদ্যালয়ৰ সম্পাদক অজিত বৰাৰ প্ৰচেষ্টাত সাংস্কৃতিবান ৰাইজৰ উদ্যোগত প্ৰতিবছৰে শিশু সকলৰ মাজত গ্ৰীষ্ম কালীন সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈ আহিছে। বহু কেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষন প্ৰদান কৰাৰ অন্তত আজি দেওবাৰে নগাঁও জিলাৰ ব্ৰাহ্মণগাঁও ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান। অনুষ্ঠানত বহু সংখ্যক গন্য মান্য ব্যক্তিৰ উপস্থিতিত কণ কণ শিশু সকলে গুৰুজনাৰ অমৰ সৃষ্টি ঘোষা, খোল বাদন, সত্ৰীয়া নৃত্য আৰু বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰা দেখা যায়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ