দেশৰ ৰাজহুৱা তৈল কোম্পানী সমূহৰ অন্যতম আৰু নবৰত্ন সন্মানেৰে সন্মানিত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে ডঃ ৰণজিৎ ৰথে । উল্লেখযোগ্য যে আই আই আই টি বোম্বাই আৰু আই আই টি খড়্গপুৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ডঃ ৰণজিৎ ৰথ অইলকে ধৰি এনে ধৰণৰ প্ৰতিষ্ঠানত বিভিন্ন ক্ষেত্ৰত ২৫ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট । ইয়াৰ পূৰ্বে ডঃ ৰথে ভাৰতীয় ভূ – তাত্বিক জৰীপ বিভাগত সঞ্চালক প্ৰধান আৰু খনিজ বিদেশ ইণ্ডিয়া লিমিটেডত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল । আনকি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ অধীনৰ তেল আৰু প্ৰাকৃতিক গেছৰ লগত জড়িত কেবাটাও প্ৰতিষ্ঠানত ডঃ ৰথে সেৱা আগবঢ়াইছিল।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন