দক্ষিণ কামৰূপৰ অগ্ৰণী শিক্ষনুষ্ঠান কুকুৰমাৰাস্থিত ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুল ১৯৩৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গঠন হোৱা শৃংখল নামৰ অনুষ্ঠান এটিয়ে উক্ত স্কুলতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।প্ৰতিযোগিতাৰ শেষত বিজয়ী সকলৰ মাজত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।শৃংখলৰ সভাপতি অমিতাভ চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখন পৰিচালনা কৰে শৃংখলৰ সদস্য তথা নিউজ লাইভৰ সাংবাদিক ভগৱান দাসে।বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত কলিতা, প্ৰধান শিক্ষয়িত্ৰী জুৰি দাস, পুঠিমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বিনিমা চৌধুৰী, কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ সহায়ক বসুদেৱ দাস, বিশিষ্ট ব্যক্তি পূৰ্নেশ্বৰ দাস আদি কৰি কেবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।শেষত বঁটা প্ৰাপক সকলক বঁটা প্ৰদানেৰে অনুষ্ঠান সামৰণি পৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান