অসমবাসীৰ বাবে ভাল খবৰ।সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ নয়নমণি শইকীয়া।কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক অহা ৩੦ নৱেম্বৰত প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।উল্লেখ্য যে কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল শইকীয়াই।ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা।উল্লেখ্য যে অসম চৰকাৰে DSP হিচাপে নিযুক্তি প্ৰদান কৰিছে নয়নমণি শইকীয়াক।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী