জনিত্ৰী এন জি অ’ উদ্যোগত উদ্যমী মহিলাৰ প্ৰত্যাহ্বান আৰু সুযোগ নামেৰে এখন ৱেবিনাৰ অলপতে অনুষ্ঠিত হয়।এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ৰাজলক্ষ্মী শইকীয়া, সংগীতা শইকীয়া,ঊষাৰাণী দেৱী,মমী বৰা, আৰু ৰুমী বৰুৱাই।এই আলোচনাচক্ৰখন আঁত ধৰে জনিত্ৰী মহিলা সৱলীকৰণৰ সভানেত্ৰী মমী বৰাই।আলোচনাচক্ৰখনত প্ৰতিগৰাকী মহিলাই মহিলা সৱলীকৰণ আৰু উদ্যোমিতাৰ সম্পৰ্কত বক্তব্য ৰাখে। প্ৰতিগৰাকী মহিলাই নিজৰ স্থিতি অটল থাকি কিদৰে ইচ্ছা শক্তিৰে আগুৱাই যাব পাৰি সেই সম্পৰ্কে আলোচনা হয়। জনিত্ৰীৰ জন্মদাত্ৰী তথা মুখ্য কাৰ্যবাহী ৰুমী বৰাই অসমৰ মহিলা সকলৰ অৰ্থনৈতিক ভাৱে টনকিয়াল ন’হলে জনিত্ৰী তৰফৰ পৰা যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি