বিকাশৰ বাবে এটা পষেকৰ কাৰ্যসূচী লৈ কালি বঙাইগাঁও জিলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগীঘোপা অঞ্চলৰ নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱ মন্দিৰ এটা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস,মন্দিৰ গৃহৰ দ্বাতা অভয়াপুৰীৰ সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক তথা সহস্ৰাধিক লোকৰ উপস্থিতিত হৰিধ্বনি আয়তীৰ উৰুলি মাজতে মুখ্যমন্ত্ৰীয়ে মন্দিৰ গৃহটি উদ্বোধন কৰি দাতা পাঠকৰ শলাগ লয়।লগতে মন্দিৰটোৱে অঞ্চলটোৰ আধ্যাত্মিক চিন্তা-চৰ্চাৰ প্ৰসাৰত উল্লেখনীয় বৰঙণি আগবঢ়াব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা ব্যক্ত কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী