অসমৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ৭৫ বছৰীয়া জয়ন্তী আজি বেংকটোৰ প্ৰতি শাখাত উদযাপন কৰা হয়।আজি বেংকটোৰ নগাঁও শাখা কাৰ্যালয়ত এই জয়ন্তী উদযাপন কৰা হয় এই উপলক্ষে অনুষ্ঠিত সভাত গকুল বৰাই সভাপতিত্বত কৰে।সভাৰ উদ্দেশ্য ব্যাখ্যাত বেংকৰ শাখা পৰিচালক কুমাৰ ৰমেন শইকীয়াই এপেক্স বেংকৰ জন্মলগ্নৰ ইতিহাস দাঙি ধৰি উল্লেখ কৰে যে এপেক্স বেংকে ৰাইজৰ সুবিধাৰ বাবে সেৱা আগবঢ়াই আহিছে।ফলত বিভিন্ন দিশৰ পৰা ৰাইজ উপকৃত হৈছে। সভাত কেইবাজনো বক্তাই বিভিন্ন পৰামৰ্শ আগবঢ়ায়।সভাতেই আত্মা সহায়ক গোটৰ মাজত ঋণ বিতৰণ কৰা হয়।সভাত নাবাৰ্ডৰ- ৰাজু প্ৰনা,এ ডি এম- খুৰশ্বীদ আলমকে ধৰি কেইবাজনো বিশিষ্ট লোকৰ লগতে বেংকৰ বিষয়া ,কৰ্মচাৰী অংশীদাৰ আদি উপস্থিত থাকে।বেংকৰ শিলঘাট শাখাটো এই জয়ন্তী উদযাপন কৰা হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন