অসম আৰু অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচা দেশ বিদেশে সমাদৃত । আগন্তুক বৰদিন উপলক্ষে লণ্ডনৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে লাহোৱালৰ ছাগলী কটা গাঁৱৰ এদল শিপিনীয়ে। জানিব পৰা মতে ডিব্ৰুগড়স্থিত এটা আগশাৰীৰ চাহ কোম্পানীয়ে লণ্ডনৰ এটা প্ৰতিষ্ঠানক গামোচা উপহাৰ হিচাপে আগবঢ়াব। ইতিমধ্যে ৫০০ৰো অধিক গামোচা লণ্ডনলৈ প্ৰেৰণ কৰিছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি