কৰ্ণাটকত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ কিউৰুগী আৰু ১৩ সংখ্যক ৰাষ্ট্ৰীয় পুমছে’ত অসমৰ দুই সন্তান উজলি উঠিছে। স্তুতি কিংকিনী মজুমদাৰ আৰু টুচনিক ভূঞা নামৰ খেলুৱৈ দুগৰাকীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যযোগ্য যে এই প্ৰতিযোগিতা খন যোৱা ৭জুলাইৰ পৰা ৯ জুলাইলৈ অনুষ্ঠিত হৈছিল।স্তুতি কিংকিনী মজুমদাৰ প্ৰয়াত সাংবাদিক অনিল মজুমদাৰ আৰু টুচনিক ভূঞা উত্তৰ গুৱাহাটীৰ নিবাসী সঞ্জীৱ ভূঞাৰ পুত্ৰ।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি