খুমটাইৰ যোগীবাৰীত শুক্রবাৰে মৌ পালনৰ সম্পর্কে সজাগতমূলক সভা অনুষ্ঠিত হয়।বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভা খনত নেদাৰলেণ্ডৰ পৰা অহা মৌ পালনৰ বিশেষজ্ঞ Jan Arievan Berkum বক্তব্য প্রদান কৰে। তেখেতে ব্যৱসায়িক ভাৱে মৌ পালন কিদৰে কৰিব পাৰি সেই সম্পর্কে বিশদভাবে জনায়। এই সজাগতামূলক সভাখনক বহুকেইগৰাকী মৌ পালকে অংশগ্রহণ কৰে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়