পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত পূব ধাৰাপুৰৰ জঙ্গৰাবৰী চুবুৰীৰ ১ নং অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে ধাৰাপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰুল দাস কলিতা, উপ সভানেত্ৰী মৌচুমী দাস, ২ নং ৱাৰ্ডৰ সদস্য আমান আলী, ৫ নং ৱাৰ্ডৰ সদস্য বনজিত কলিতা, অংগনাৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণৰাম দাস, সহকাৰি অভিযন্তা মানৱ পাটোৱাৰী, পঞ্চায়তৰ কৰ্মচাৰী স্বপন দাস, ভূপেন কলিতা, জঙ্গৰাবৰী শ্যামৰায় গোঁসাইঘৰ সমিতিৰ কাৰ্যকৰী সভাপতি কনক চন্দ্ৰ দাস, প্ৰদীপ শৰ্মা , প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী গীতাৰাণী দাস, যুৱ সমাজকৰ্মী প্ৰণৱ দাস অংগনাৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা , কণ কণ ছাত্ৰ – ছাত্ৰী সকলৰ লগতে অভিভাৱক অভিভাবিকা সকল উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ