সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বিলালে অসমৰ অতি পিছপৰা অঞ্চল বকোৰ মৰাকলহী আয়োজিত এক অনুষ্ঠানে। বেচৰকাৰী সংস্থা ইম্পেচনৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক সমাৰোহ। সমাৰোহখনৰ লগত সংগতি ৰাখি শংকৰদেৱ আৰু আজান ফকৰিৰ সমন্বয়ৰ সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। লগতে সদৌ অসম ভিত্তিত বৰগীত, জিকিৰ জাৰীৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰে।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা