সুখবৰ! অসমৰ সাংস্কৃতিক জগতত নকৈ সংযোজিত হ’ল এক বিনোদনধৰ্মী কেবোল টি ভি চেনেল “দাপোণ”। উল্লেখযোগ্য যে দাপোণ উজনি অসমৰ প্ৰথমটো বিনোদনধৰ্মী চেনেল। সাংস্কৃতিৱান চহৰ যোৰহাটৰ পৰা আত্মপ্ৰকাশ কৰা এই চেনেলটোৱে ৰাজ্যখনৰ লগতে দেশৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ বাবে সদায় বদ্ধপৰিকৰ বুলি এক প্ৰেছ বিবৃতি যোগে দাপোণ চেনেলৰ মূখ্য প্ৰবন্ধক জ্যোতিময় গোস্বামীয়ে জনাইছে। স্মতৰ্ব্য যে দাপোণ চেনেলটোৰ সম্প্ৰচাৰ আজি সন্ধিয়াৰ পৰা অনাড়ম্বভাৱে আৰম্ভ হ’ব। আগ্ৰহী দৰ্শক সকলে কেবোল যোগে অনুষ্ঠান উপভোগ কৰিব পাৰিব।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত