ৰেলযাত্ৰী সকললৈ সুখবৰ কঢ়িয়াই আনিছে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট| মৰিয়নী ষ্টেচনত অলপতে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট আৰম্ভ হৈছে|মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছে|জানিব পৰা মতে সমগ্ৰ উত্তৰ পূবৰ বিভিন্ন খাদ্য সম্ভাৰ এই ৰেষ্টুৰেণ্টখনত পোৱা যাব|স্বাস্থ্যসন্মত খাদ্য পোৱা এনে ধৰণৰ ৰেষ্টুৰেণ্ট সমগ্ৰ ৰাজ্যৰে ষ্টেচনত স্থাপন হোৱা প্ৰয়োজনীয় বুলি সচেতন মহলে পোষকতা কৰিছে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন