ৰেলযাত্ৰী সকললৈ সুখবৰ কঢ়িয়াই আনিছে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট| মৰিয়নী ষ্টেচনত অলপতে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট আৰম্ভ হৈছে|মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছে|জানিব পৰা মতে সমগ্ৰ উত্তৰ পূবৰ বিভিন্ন খাদ্য সম্ভাৰ এই ৰেষ্টুৰেণ্টখনত পোৱা যাব|স্বাস্থ্যসন্মত খাদ্য পোৱা এনে ধৰণৰ ৰেষ্টুৰেণ্ট সমগ্ৰ ৰাজ্যৰে ষ্টেচনত স্থাপন হোৱা প্ৰয়োজনীয় বুলি সচেতন মহলে পোষকতা কৰিছে।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা