সন্ত্ৰাষবাদ,দুৰ্নীতি,পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সমালোচকৰ সমাহাৰ ৰাইজৰ আগত দাঙি ধৰাৰ বাবে ভাৰত মাতাক থিম হিচাপে লৈ মহানগৰীৰ এটা পূজা মণ্ডপ সজাই তোলা হৈছে।মহানগৰৰ বিষ্ঞুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি এনে এটা থিমৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে।আজি মণ্ডপটো আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যপালে মুকলি কৰিব।স্থানীয় দুজন কাৰিকৰে প্ৰায় ৫০ দিনত মণ্ডপটো সাজি উলিয়াইছে।৩৫ লাখ টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত কৰা পূজা কমিটিখনৰ লগত ৩০০ মানুহ জৰিত হৈ আছে।ইতিমধ্যে ব্যতিক্ৰমী মণ্ডপটোৰ ছবি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন