সন্ত্ৰাষবাদ,দুৰ্নীতি,পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সমালোচকৰ সমাহাৰ ৰাইজৰ আগত দাঙি ধৰাৰ বাবে ভাৰত মাতাক থিম হিচাপে লৈ মহানগৰীৰ এটা পূজা মণ্ডপ সজাই তোলা হৈছে।মহানগৰৰ বিষ্ঞুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি এনে এটা থিমৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে।আজি মণ্ডপটো আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যপালে মুকলি কৰিব।স্থানীয় দুজন কাৰিকৰে প্ৰায় ৫০ দিনত মণ্ডপটো সাজি উলিয়াইছে।৩৫ লাখ টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত কৰা পূজা কমিটিখনৰ লগত ৩০০ মানুহ জৰিত হৈ আছে।ইতিমধ্যে ব্যতিক্ৰমী মণ্ডপটোৰ ছবি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন