আজি শিশুসকলৰ বাবে এটা বিশেষ দিন ।কাৰণ শিশু দিৱস। সমগ্ৰ দেশতে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।পণ্ডিত নেহৰুৱে শিশুসকলক লৈ বহু সপোন দেখিছিল ।শিশুসকলৰ স্বাধীনতা ,শিক্ষা, উন্নয়নৰ বাবে বিশেষ পন্থা হাতত লৈছিল।তেখেতৰ নাগৰিক আছিল এনেধৰণৰ শিশুসকলেই দেশৰ প্ৰগতি, দেশৰ ধৰণী ।আজি শিশু কালিলৈ দেশৰ ভবিষ্যত ।সেয়ে উঠি অহা প্ৰজন্মক নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।শিশুসকলে পণ্ডিত নেহৰুক নেহৰু খুড়া বুলি সম্বোধন কৰিছিল।আনহাতে বিশ নৱেম্বৰ দিনা আন্তৰাষ্ট্ৰীয়ভাৱে শিশু দিৱস হিচাপে পালন কৰা হয় । আজিৰ শিশু দিৱস লগত সংগতি ৰাখি বিদ্যালয় সমূহত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
Trending
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন