অসমৰ কৃষকসকলৰ বাবে সুখবৰ ।পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা বিদেশলৈ ৰপ্তানি হ’ল পাচলি ।অসমৰ কৃষকে উৎপাদন কৰা ৮১০কেজি পাচলি অলপতে ডুবাইলৈ ৰপ্তানি হৈছে।ৰপ্তানি হোৱা পাচলিবোৰৰ ভিতৰত পটল, বেঙেনা, কাজি নেমু, উৰহী অন্যতম ।গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পৰা যোগান বিভাগৰ সহযোগত নগাঁৱৰ এটা কোম্পানীয়ে দেওবাৰে পাচলি বোৰ ৰপ্তানি কৰিছে ।উল্লেখযোগ্য যে ইতিপূৰ্বে গুৱাহাটীৰ এটা কোম্পানীয়ে পৰা কলিকতাত পেকেটিং কৰি বিদেশলৈ পাচলি ৰপ্তানি কৰিছিল , যদিও এইবাৰ পোনপ্ৰথমবাৰৰ বাবে পাচলি প্ৰত্যক্ষভাৱে বিদেশলৈ ৰপ্তানি হ’ল।এনে খবৰে কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন