অসমৰ কৃষকসকলৰ বাবে সুখবৰ ।পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা বিদেশলৈ ৰপ্তানি হ’ল পাচলি ।অসমৰ কৃষকে উৎপাদন কৰা ৮১০কেজি পাচলি অলপতে ডুবাইলৈ ৰপ্তানি হৈছে।ৰপ্তানি হোৱা পাচলিবোৰৰ ভিতৰত পটল, বেঙেনা, কাজি নেমু, উৰহী অন্যতম ।গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পৰা যোগান বিভাগৰ সহযোগত নগাঁৱৰ এটা কোম্পানীয়ে দেওবাৰে পাচলি বোৰ ৰপ্তানি কৰিছে ।উল্লেখযোগ্য যে ইতিপূৰ্বে গুৱাহাটীৰ এটা কোম্পানীয়ে পৰা কলিকতাত পেকেটিং কৰি বিদেশলৈ পাচলি ৰপ্তানি কৰিছিল , যদিও এইবাৰ পোনপ্ৰথমবাৰৰ বাবে পাচলি প্ৰত্যক্ষভাৱে বিদেশলৈ ৰপ্তানি হ’ল।এনে খবৰে কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন