আজি বৰদিন।প্ৰভু যীচুৰ জন্মদিন।সমগ্ৰ দেশতে খ্ৰীষ্টধৰ্মলম্বী লোক সকলে উলহে মালহে এই উৎসৱ পালন কৰিছে।বৰদিনৰ উপলক্ষে সমূহ গীৰ্জা ঘৰ সমূহ সজাই পৰাই তুলিছে।পুৱাৰ ভাগত প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।যীচুখ্ৰীষ্টৰ বাণীসমূহ ইজনে সিজনক আদান প্ৰদান কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে।ঠাইয়ে ঠাইয়ে সম্পূৰ্ণ মাহেই ঘৰে ঘৰে গৈ কেৰল গায়।পবিত্ৰতাৰে জীৱন যাপন কৰিবলৈ উদ্বুদ্ধ কৰি তুলে।যীচুৰ শান্তিৰ বাণীকলৈ উদযাপিত কৰা বৰদিনৰ সকলোকে শুভেচ্ছা জনালো।উইচ ইউ মেৰী খ্ৰীষ্টমাৰ্চ।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন