সমগ্ৰ বিশ্বতে বহুলভাৱে ব্যৱহৃত সামাজিক মাধ্যম বুলিলে ফেচবুকৰ কথা ক’ব পাৰি।২০০৪ চনৰ আজিৰ দিনটোতে ফেচবুকৰ জন্ম হৈছিল ।সেই সময়ত আমেৰিকাৰ হাৰভাৰ্ড ইউনিভাৰচিটিৰ মনোবিজ্ঞান বিভাগৰ ছাত্ৰ মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ ৱেবচাইট আমেৰিকাৰ জনসাধাৰণৰ বাবে মুকলি কৰিছিল।চাইটটোৱে জন্ম লগ্নৰ পৰাই সমাদৰ লাভ কৰিছিল।সেই সময়ত ফেচবুকত এটা একাউণ্ট খুলিবলৈ বৈধ ই মেইল আই ডি থকা ১৩ বছৰীয়া কিশোৰেও পাৰিছিল।২০০৬চনৰ পৰা ফেচবুকে প্ৰসাৰতা লাভ কৰিলে।ইমানেই প্ৰসাৰিত হ’ল যে গ’গুল, য়া’হোত ফেচবুক উপলব্ধ হ’ল।২০১২চনৰ এক সমীক্ষা অনুসৰি প্ৰায় ৫০ মিলিয়ন লোকে ফেচবুক ব্যৱহাৰ কৰে।দিনে দিনে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।ঠিক সেইদৰে বৃদ্ধি পাইছে জনসচেতনতা, জনজাগৰণতা।ফেচবুক বৰ্তমান সময়ৰ এক শক্তিশালী মাধ্যমত পৰিণত হৈছে ।জনমত গঠন কৰা, বাতৰি প্ৰকাশ কৰা, ব্যৱসায় সম্প্ৰসাৰণ কৰা, দলীয় কাম কাজ প্ৰচাৰ কৰা, বন্ধুত্বৰ যোগসূত্ৰ ৰখা অন্যতম ।ফেচবুক দিনে দিনে আৰু অধিক প্ৰসাৰিত হওক, মানৱ জাতিক দি যাওক নতুন স্বাদ, নতুনৰ অভিযান।আজিৰ দিনটোত তাকে কামনা কৰিলো ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন