আজিৰ পৰা অনুষ্ঠিত হ’ব য়ুথ কেম্প

আজি পৰা আৰম্ভ হ’ব ২০২১ বৰ্ষৰ য়ুথ কেম্প।এই কেম্পৰ জৰিয়তে নৱ প্ৰজন্মই সকলো পৰিস্থিতিতে জীৱন যুঁজত কিদৰে আগবাঢ়িব পাৰিব,সেই সম্পৰ্কে অনুষ্ঠান অনুষ্ঠিত হ’ব।বিশেষকৈ মানসিক স্থিতি সবল কৰাৰ বাবে এই কেম্পে বিশেষ ভূমিকা গ্ৰহণ কৰিব।সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই কেম্পত মাইণ্ড ইডুকেচনৰ বহুকেইজন বিশেষজ্ঞই বক্তব্য ৰাখিব।ইচ্ছুক সকলে অনলাইনত যুম আই ডি 8767695733 আৰু পাৰ্চৱৰ্ড-11 দি লগ ইন কৰি অংশগ্ৰহণ কৰিব পাৰিব।ইয়াৰ সমান্তৰালভাৱে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment