আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন

আজি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ।গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰী এই চাৰি সংসদীয় সমষ্টিত পুৱা ৭বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।সৰ্বমুঠ ৫৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি দিনটোতে নিৰ্ণয় হ’ব।প্ৰমীলা ৰাণী ব্ৰহ্ম, আব্দুল খালেককে আদি কৰি বহুকেইজন হাই প্ৰফাইলৰ ৰাজনীতি বিদৰ ভাগ্য নিৰ্ণয় হ’ব।গুৱাহাটীত কুইন ওজা, ববিতা শৰ্মা,উপমান্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডৰ ভাগ্য নিৰ্ণয় হ’ব।

Comments (0)
Add Comment