আজি অৰুণাচল ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

দ্বিতীয় বাৰৰ বাবে অৰুণাচল ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। জানিব পৰা মতে দুদিনীয়া কাৰ্যসূচীৰে গৃহমন্ত্ৰী গৰাকীয়ে অৰুণাচল প্ৰদেশ লৈ যাব,যত কেবাটাও উন্নয়ন মূলক প্ৰকল্প উদ্ধোধন কৰিব। লগতে চীন ভাৰতৰ সীমান্তত নিয়োজিত নিৰাপত্তা ৰক্ষী সৈতে বাৰ্তালাপ কৰিব।

Comments (0)
Add Comment