আজি কোন কোন তাৰকা শিল্পী গুৱাহাটীত আহি উপস্থিত হ’ল

গুৱাহাটীৰ সৰুসজাঁই ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বঁটা এখন অনুষ্ঠানত ভাগ ল’বলগীয়া দেশৰ বলিউডৰ নামী দামী প্ৰখ্যাত তাৰকা সকলৰ আগমন উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে।ইতিমধ্যে কেবাগৰাকী নামী দামী তাৰকাই শুক্ৰ বাৰে দুপৰীয়াৰ পৰা ব্যক্তিগত ষ্টাৰ্টড বিমানেৰে আদি গুৱাহাটী উপস্থিত হয়।ইয়াৰ. ভিতৰত  মাধুৰী দীক্ষিত,বিকি সিং, কৰণ জহৰ, বৰুণ ধাৱন, ৰণবীৰ সিং, আয়ুস্মান খুৰানা আৰু কাৰ্তিক আৰিয়েন। তাৰকা  শিল্পী সকল সৈতে হোৱা সাংবাদিকৰ সৈতে হোৱা  বাৰ্তালাপত অসমলৈ আহি সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে ।বিমান বন্দৰৰ পৰা তাৰকা শিল্পী সকল পোনে পোনে ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয়।আনহাতে শুক্ৰবাৰে মাজ নিশা অক্ষয় কুমাৰ আহিব।

Comments (0)
Add Comment