আমিষ প্ৰদৰ্শিত হ’ল নিউয়ৰ্কত

নিউৱৰ্কৰ ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল আমিষ শীৰ্ষক এখন ছবি।অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাই পৰিচালনা কৰা এই ছবিখনৰ প্ৰিমিয়াৰ কালি প্ৰদৰ্শিত হয়।চলচ্চিত্ৰ খন প্ৰযোজনা কৰিছে ছিগনাম প্ৰডাকশ্যনৰ পুনম দেউলে।আমিষ মুখ্য চৰিত্ৰত অভিনয় কৰিছে লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই।উল্লেখযোগ্য যে পৰিচালক ভাস্কৰ হাজৰিকাই ইতিপূৰ্বে কথানদী নামৰ চলচ্চিত্ৰ খন নিৰ্মাণ কৰিছিল ।

Comments (0)
Add Comment