উৎসাহিত ক্ৰীড়াপ্ৰেমী-ক্ৰিকেট খেল চাব

ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ ৰাজ্যবাসী। কিয়নো কালিলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া দিবা নৈশ ক্ৰিকেট মেচ। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব লগা খেলখন উপভোগ কৰিবলৈ বহু ক্ৰীড়া  অনুগামীয়ে টিকট সংগ্ৰহ কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।

Comments (0)
Add Comment