কোন কেইজন প্ৰাৰ্থীয়ে নিৰ্বাচনত জয় লাভ কৰিলে

আজি বিধনসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। ইতিমধ্যেই বহুকেইজন প্ৰাৰ্থীয়ে বিভিন্ন সমষ্টিত বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আছে-
বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞা।
লখিমপুৰ সমষ্টিৰ পৰা জয়লাভ মানৱ ডেকা।
টিয়ক সমষ্টিৰ পৰা জয়লাভ অগপ দলৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা।
মানকাচাৰ সমষ্টিৰ পৰা ৫৬৭৪৪ ভোটত জয়লাভ এ আই ইউ ডি এফ ৰ প্ৰাৰ্থী আমিনুল ইছলাম।
মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ।
শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ জয়লাভ।
৭০ নং মাজবাট বিধানসভা সমষ্টিৰ পৰা চৰন বড়োৰ জয়লাভ।
চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ জয়লাভ।
একেৰাহে অষ্টমবাৰৰ বাবে বঙাইগাঁও সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী বিজয়ী হ’ল ফণীভূষণ চৌধুৰী ৷
চতিয়া সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ জয়লাভ।
সৰুপথাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ জয়লাভ।
থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ জয়লাভ।
হাজো সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ জয়লাভ।
মাহমৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী যোগেন মহনৰ জয়লাভ।
ধৰ্মপুৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ জয়লাভ।
১১৫ নং মৰাণ সমষ্টিৰ পৰা চক্ৰধৰ গগৈৰ জয়লাভ।

Comments (0)
Add Comment