গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা অনলাইন যোগে অনুষ্ঠিত হ’ব

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা অনলাইন যোগে অনুষ্ঠিত হ’ব । ইপিনে স্নাতকোত্তৰ মহলাৰ পৰীক্ষা সমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জড়িয়তে অনুষ্ঠিত হ’ব। গুৱাহাটী মহাবিদ্যালয় পঞ্জীয়কে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।ক’ৰণাৰ ভয়াবহ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি এই নিৰ্দেশনাৰ sop পৰীক্ষা নিয়ন্ত্ৰকে অচিৰেই প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে।

Comments (0)
Add Comment