নুমলীগডৰ ৰিফাইনেৰীৰ এক পদক্ষেপ

সামাজিক দায়বদ্ধতাৰে নুমলীগডৰ ৰিফাইনেৰীৰে বিভিন্ন সময়ত কেতবোৰ কাম কৰি আহিছে  । ইয়াৰ অংশস্বৰুপে কালি ডিব্ৰুগড় জিলা প্ৰশাসনক  নলা চফা কৰা মেচিন আৰু ডাষ্টবিন প্ৰদান কৰে ।  ৰিফাইনেৰীৰ পৰা লাভ কৰা বেলৰ’ মাউণ্টেড ড্ৰেইন ক্লিনিং মেচিন জিলা প্ৰশাসনৰ পৰা পৌৰসভাক হস্তান্তৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ।উল্লেখযোগ্য যে ডিব্ৰুগড জিলাৰ সমীপৱৰ্তী এলেকা সমূহত এই জাৱৰ নিষ্কাশন সামগ্ৰী সমূহ ব্যৱহাৰ হ’ব বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment