পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

লোকসভাৰ নিৰ্বাচনৰ চেমি ফাইনেলত ৫ৰাজ্যত কংগ্ৰেছ বিজয়ী হ’ল ।ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগডত কংগ্ৰেছে গেৰুৱা বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হয়।আনহাতে অসমৰ পঞ্চায়ত নিৰ্বাচনত বি জে পিয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে।আমালৈ অহা খবৰ অনুসৰি ডিব্ৰুগড়, মাজুলীত বি জে পিয়ে অগ্ৰগতি লাভ কৰিছে ।এতিয়ালৈকে বহু কেন্দ্ৰত ভোট গণনা চলি আছে।শেহতীয়া খবৰ কিছুসময়ৰ পিছতেহে জানিব পৰা যাব ।

Comments (0)
Add Comment