বিভিন্ন ভাষাত গীত পৰিবেশন কৰি ৰেকৰ্ড গঢ়িছে এটি কণমানিয়ে

বিভিন্ন ভাষাত গীত গাই সমাদৰ লাভ কৰিছে তিনিচুকীয়াৰ এটি কণমানিয়ে । কণমানিটোৱে ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছট youngest multilingual singer হিচাপে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।
 
 
কণমানিটো নাম ধৃতিষ্মান চক্ৰৱৰ্তী।বয়স প্ৰায় চাৰে চাৰি বছৰ। কনমানিটোৱে হিন্দী ,ইংৰাজী,বেংগলী, অসমীয়া ভাষাত গীত গাই সকলোৱে মন মোহিত কৰিছে।ইউটিউৱ চেনেল, ফেচবুকটোও বেছ সমাদৰ লাভ কৰিছে।ধৃতিষ্মান চক্ৰৱৰ্তীৰ এই সাফল্যই সকলোকে আনন্দিত কৰিছে।

Comments (0)
Add Comment