মাজুলীত স্পীড ব’টৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ এখন স্পীড ব’টৰ শুভাৰম্ভ কৰে।এই বিশেষ নাওখনৰ জৰিয়তে মাজুলী আৰক্ষীয়ে তাৎক্ষণিকভাৱে এটা চাপৰিৰ পৰা আনটো চাপৰিলৈ গৈ পেট্ৰলিং কৰি আইন-শৃংখলা জনিত বিভিন্ন দিশৰ লগতে ৰাইজৰ সুৰক্ষাৰ বিষয়টো অধিক তৎপৰতাৰে তদাৰক কৰিব পাৰিব বুলি  মুখ্যমন্ত্ৰী গৰাকী মন্তব্য কৰে।

Comments (0)
Add Comment