সাংবাদিকৰ মুকলি বিহু অনুষ্ঠিত

আজি দীঘলীপুখুৰী পাৰত অনুষ্ঠিত হ’ল সাংবাদিকৰ মুকলি বিহু।সাংবাদিকৰ সংগঠন সমন্বয়ৰ উদ্যোগত ষষ্ঠ বাৰৰ বাবে অনুষ্ঠিত হোৱা মুকলি বিহুৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ হয় ।অনুষ্ঠানৰ লগত সংগতি ৰাখি জেং বিহু, হুচৰি, বিহুগীত পৰিবেশন কৰে।এই বৰ্ষৰ সমন্বয় বঁটা জি এল পাব্লিকেশ্যনলৈ আগবঢ়ায়।অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment