স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত

আজি গুৱাহাটী চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয়ৰ বাকৰিত বীৰ লাচিত সেনা অসম,কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু নৱগ্ৰহ যুৱ সংঘৰ সহযোগত নৱগ্ৰহ দেৱালয়ৰ পূজাৰীকে ধৰি স্থানীয় ব্যক্তিসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজিত হয় ।দিনৰ ১১বজাৰ পৰা ২-৩০বজালৈ মুঠ ১৩৭ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ব্যক্তিগত নাৰ্চি হোম মাৰোৱাৰী হস্পিটেলচে ৰোগীসকলক দিহা পৰামৰ্শ দিয়াৰ ওপৰি বহু পৰিমাণৰ ঔষধ যোগান ধৰে।

Comments (0)
Add Comment