স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে পুলক কলিতাই

ব্ৰইলাৰ ফাৰ্মেৰে স্বাৱলম্বী হৈ পৰিছে নলবাৰীক কঞা গাৱৰ এজন যুৱক। পুলক কলিতা নামৰ নলবাৰী এই যুৱকজনে অলপতে শ্ৰেষ্ঠ ফাৰ্মৰ  গোল্ড মেডেলিষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।স্নাতক ডিগ্ৰীধাৰী পুলক কলিতাই তেখেতৰ ফাৰ্মখনৰ জৰিয়তে বহুকেইটা পৰিয়ালক জীৱন জীৱিকাৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে ।জানিব পৰা মতে ফাৰ্মখনৰ পৰা পুলক কলিতাই প্ৰতি মাহে লাখ টকা উপাৰ্জন কৰে।চাকৰি বিচাৰি হাবাথুৰি নাখাই স্বাৱলম্বীতাৰ সোপান ৰচা পুলক কলিতা সকলোৰে আদৰ্শ হৈ পৰিছে ।

Comments (0)
Add Comment