ALN শ্ব’ৰুম মুকলি

মহানগৰীৰ ভঙাগড়স্থিত ৰুদ্ৰাক্ষ শ্বপিং মলত কাপোৰৰ এক নতুন শ্ব’ৰুম মুকলি হয়। ALN নামৰ শ্বৰুম মুকলি কৰে স্বতাধিকাৰী আশিষ আগৰৱালা আৰু তেখেতৰ পিতৃ মাতৃ নৰেশ আগৰৱালা আৰু উৰ্মিলা দেৱীয়ে। মহিলা আৰু যুৱতী সকলৰ আকৰ্ষণীয় কাপোৰ উপলব্ধ হ’ব। উল্লেখযোগ্য যে এই খন ALN ৰ প্ৰথম খন ষ্টৰ। 


Comments (0)
Add Comment