Microsoft Translatorয়ে অনুবাদ কৰিব অসমীয়া ভাষা

বিশ্ব অনুবাদ দিৱসৰ দিনাই Microsoft Translator ত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা।এতিয়া ব্যৱহাৰকাৰীয়ে এই অনুবাদ সেৱা ব্যৱহাৰ কৰি যিকোনো কথা মুখেৰে কৈ অনুবাদ কৰিব পাৰিব। লগতে অসমীয়া পৰা আন ভাষালৈ অনুবাদ কৰিব পাৰিব।
অসমীয়াকে ধৰি Microsoft Translator য়ে ১২ টা ভাৰতীয় ভাষাত এই সেৱা প্ৰদান কৰে।ম’বাইল ফোনত অসমীয়া ভাষা লিখা সকলে Playstore বা Appstore পৰা Microsoft Translator App টো download কৰি এই সেৱা গ্ৰহণ কৰিব পাৰিব।

Comments (0)
Add Comment