সুখবৰ ক’ৰণা ভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ প্ৰচেষ্টা আই আই টিৰ গৱেষকৰ admin Mar 25, 2020 0 সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা সময়তে গুৱাহাটী আই আই টিৰ এদল গৱেষকে ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক…
উদ্যমী বাহিৰলৈ গ’লে আপোনাক বীজাণু মুক্ত কৰিব এখন প্ৰৱেশ দ্বাৰে..কিন্তু ক’ত… admin Mar 25, 2020 0 ক'ৰণা ভাইৰাছৰ আতংকই সমগ্ৰ ৰাজ্যতে তোৰপাৰ লগোৱা সময়তে শৰীৰক বীজাণু মুক্ত কৰিব পৰা প্ৰৱেশ দ্বাৰ উদ্ভাৱন কৰিছে মিৰ্জাৰ…
সুখবৰ মণিপুৰত গাঁওবুঢ়াই গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ admin Mar 25, 2020 0 উত্তৰ পূৱাঞ্চলত প্ৰথমবাৰৰ বাবে মণিপুৰত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা পিছত মণিপুৰৰ জনসাধাৰণ সজাগ হৈ উঠিছে । …
সুখবৰ বৰ্হিৰাজ্যৰ পৰা স্বগৃহলৈ অহা যাত্ৰীৰ বাবে অসম পৰিবহন নিগমে ৫০০খন বাছ আগবঢ়ালে admin Mar 24, 2020 0 প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২২ মাৰ্চত দেশজুৰি ১৪ ঘন্টাৰ বাবে…
সুখবৰ বেচৰকাৰী সংগঠন আৰু প্ৰশাসনৰ আদৰণীয় পদক্ষেপ- আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰিলে পদপথৰ… admin Mar 24, 2020 0 লক ডাউনৰ পূৰ্বে আশ্ৰয় স্থল বিচাৰি পালে মহানগৰীৰ পদপথত থকা অঘৰী সকলে ৷ যি সময়ত ক'ৰণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বতে…
অনুভৱ শ্বহীদ ভগৎ সিঙৰ বহু জনা নজনা কথাৰে.. admin Mar 24, 2020 0 ভাৰতৰ ইতিহাসৰ আজাদ হিন্দ ফৌজৰ অন্যতম সক্ৰিয় সদস্য আছিল ভগৎ সিং।পাঞ্জাৱৰ বংগত জন্মগ্ৰহণ কৰা ভগৎ সিঙে মাত্ৰ ১৩ বছৰ…
সুখবৰ ক’ৰণা ভাইৰাছক প্ৰতিহত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনৰ ব্যৱস্থা admin Mar 24, 2020 0 যোৰহাট জিলা প্ৰশাসনৰ সহযোগত টীয়ক পৌৰসভাই নগৰখনৰ দৈনিক মাছ মাংসৰ তথা পাচলি বজাৰত ব্লিচিং পাউডাৰ চটিয়াই পৰিবেশ স্বচ্ছ…
উদ্যমী গ্ৰাম্য পৰ্যটনক প্ৰসাৰ কৰাৰ প্ৰচেষ্টা চলাইছে.. admin Mar 23, 2020 0 এজন অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া।তেখেতৰ নাম কমলেশ চৌধুৰী।চৌধুৰীয়ে চাকৰি জীৱনত বিভিন্ন ঠাইত কটোৱাৰ পিছত ব্যস্ত হৈ…
সুখবৰ ২৪ মাৰ্চৰ সন্ধিয়া ৬বজাৰ পৰা লক ডাউন admin Mar 23, 2020 0 ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কালি সন্ধিয়া ৬বজাৰ পৰা ৩১মাৰ্চৰ নিশা ১২ বজালৈ লক ডাউন ঘোষণা কৰিছে । …
অনুভৱ ক’ৰণা ভাইৰাছ, ভৱিষ্যতবাণী ইত্যাদি প্ৰসংগৰে.. admin Mar 23, 2020 1 ক'ৰণা ভাইৰাছ কি?ইয়াৰ লক্ষণ সমূহ কেনেকুৱা? ই কেনেদৰে এখন দেশৰ পিছত আন এখন দেশত সংহাৰ ৰূপ ধাৰণ কৰিছে।এই সকলোবোৰেই…