Browsing Category
সুখবৰ
কবি খেতিৰে স্বাৱলম্বীতাৰ বাট বুলিছে মৰাণৰ এদল যুৱকে
মৰাণৰ বামুনবাৰী বৰবাম গাঁৱৰ প্ৰায় ২৫ জন শিক্ষিত যুৱকে কৃষি বিপ্লৱৰ সূচনা কৰিছে। চাকৰিৰ পাছে পাছে দৌৰি নাথাকি নিজৰ…
মালয়বাৰীত ক্ৰছ-কান্ট্ৰী দৌৰৰ বাছনি শিবিৰৰ সামৰণি
অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক…
বনভোজৰ বতৰ-ইষ্ট কামেংৰ নুমলীয়া জী চিজুছাত দৈনিক শতাধিক বনভোজকাৰীৰ দল উপস্থিত
এতিয়া বনভোজৰ বতৰ।পুৰণি বৰ্ষটিক বিদায় অথবা নতুন বৰ্ষটিক স্বাগতম জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ বনভোজস্থলীত…
যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় কৰা ডিজেল অটো, মেজিকৰ বিৰুদ্ধে…
ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে যান বাহনৰ গৰাকী সকলক যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় নলবলৈ…
জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’ল’জীয়ে আগবঢ়াইছে ‘এনুৱেল ডিজাইন…
আমি যিহেতু এতিয়া ডিজিটেল অনুষ্ঠানৰ পৰা কিছু সকাহ পাইছো, গতিকে এই সময়ছোৱাত জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন'ল'জীৰ…
আজাৰাৰ নিৰ্মলা শৰ্মালৈ সুন্দৰ সাধনা বঁটা
অসমৰ আগশাৰীৰ সাহিত্য,সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ ২০২১ বৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ বঁটা প্ৰদান অনুষ্ঠান…
বাঁহীত সুৰ দি পথ দুৰ্ঘটনা ৰোধৰ অভিনৱ আহ্বান দীপক শৰ্মাৰ-নাৰেঙ্গীত কামৰূপ মহানগৰ…
ভূপেনদাৰ “মানুহে মানুহৰ বাবে ” গীতটি বাঁহীৰ সুৰত তুলি ধৰি পথ সুৰক্ষা আৰু সজাগতাৰ বাবে ৰাইজলৈ এক ব্যতিক্ৰম আহ্বান…
বন বিভাগৰ সহযোগত দিপৰ বিলত অসম পর্যটন উন্নয়ন নিগমৰ উদ্যোগত পর্যটকৰ বাবে গঢ়ি…
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্ত্তী দিপৰ বিলক পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বন…
গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ ৰাষ্ট্ৰীয় সন্মান
গ্ৰাহকক গুণগত মানদণ্ডৰ খাদ্য যোগানৰ ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ আগবঢ়োৱা হৈছে…
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত শিপিনীৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ
বৰ অসমৰ স্বাভিমানি থলুৱা জনগোষ্ঠী মিচিং জনগোষ্ঠীয় ৰাইজৰ শিপিনী সকলৰ মাজত নিখুঁত হস্ত শিল্প সোমায় আছে। গাঁও…