মুখ্যমন্ত্রী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ

0 147

হেঙেৰাবাৰী স্থিত ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কাৰ্য্যসূচীৰ অনুষ্ঠিত হয়।

এই কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস, পৌৰপতি মৃগেন শৰণীয়া, উপ-পৌৰপতি স্মিতা ৰয় দাস, লগতে জিলাৰ বিষয়ববীয়া সকল। জিলা সভাপতি তপন চন্দ্ৰ দাসে তেখেতৰ চমু ভাষণত কয়, ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰোগীয়া লোকৰ কল্যাণৰ্থে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগী সকলক এককালীন সাহাৰ্য্য প্ৰদান কৰা পদক্ষেপক এক উল্লেখনীয় পদক্ষেপ বুলি অভিহিত কৰে। আজি “মুখ্যমন্ত্ৰী সাহাৰ্য্য ” পূজিৰ পৰা ৩৫ গৰাকী হিতাধিকাৰীক যি সাহাৰ্য্য প্ৰদান কৰিছে, তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.