ৰূপসী বিমানবন্দৰে আকৌ প্ৰাণ পাই উঠিব। ৰূপসী বিমানবন্দৰৰ পৰা বিমান চলাচল শীঘ্ৰেই আৰম্ভ হ’ব। ৪০ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে ৰূপসী বিমান বন্দৰত পৰীক্ষণৰ বাবে এখন যাত্ৰীবাহী বিশেষ বিমান দ্বিতীয়বাৰৰ বাবে অৱতৰণক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যপক উৎসাহ উদ্দীপনা দেখা গৈছে।বুধবাৰে FLYBIG কোম্পানী নামৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপসী বিমানবন্দৰৰ ৰানৱে’ৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰামিটাৰৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে। এ এ আইৰ সূত্ৰই সদৰী কৰা মতে উক্ত পৰীক্ষণত ৰূপসী বিমানবন্দৰ যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে আৰু উক্ত বিষয়ত আজি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান