ৰূপসী বিমানবন্দৰে আকৌ প্ৰাণ পাই উঠিব। ৰূপসী বিমানবন্দৰৰ পৰা বিমান চলাচল শীঘ্ৰেই আৰম্ভ হ’ব। ৪০ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে ৰূপসী বিমান বন্দৰত পৰীক্ষণৰ বাবে এখন যাত্ৰীবাহী বিশেষ বিমান দ্বিতীয়বাৰৰ বাবে অৱতৰণক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যপক উৎসাহ উদ্দীপনা দেখা গৈছে।বুধবাৰে FLYBIG কোম্পানী নামৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপসী বিমানবন্দৰৰ ৰানৱে’ৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰামিটাৰৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে। এ এ আইৰ সূত্ৰই সদৰী কৰা মতে উক্ত পৰীক্ষণত ৰূপসী বিমানবন্দৰ যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে আৰু উক্ত বিষয়ত আজি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram