ৰাজ্যখনত ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক জৰুৰীকালীন বৈঠকত কৰ্তৃপক্ষই অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰাৰ জাননী প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় খনৰ স্নাতক পৰীক্ষা সমূহ ১ ৰ পৰা ১৫ জুনলৈ অনলাইনত অনুষ্ঠিত হ’ব। আনহাতে স্নাতক মহলাৰ পৰীক্ষা সমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব। পৰৱৰ্তী সময়ত পৰৱৰ্তী পৰীক্ষা সন্দৰ্ভত বিস্তৃত নিয়মাৱলী প্ৰকাশ কৰা হ’ব বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram