ৰং বিৰঙ ফটোগ্ৰাফী শিতান ফটোগ্ৰাফী By admin On Jun 26, 2017 0 702 Share আস্থা আৰু বিশ্বাসৰ অন্যতম প্ৰতীক মা কামাখ্যা ধাম। সেয়েহে বিভিন্ন দেশী বিদেশী ভক্তই কামাখ্যা ধামলৈ আহে। অম্বুবাচীৰ উপলক্ষ্যে কামাখ্যা ধামত সৃষ্টি হোৱা পৰিবেশৰ ফটোৰে আজি ফটোগ্ৰাফী শিতানটো সজোৱা হ’ল। ফটোকেইখন প্ৰেৰণ কৰিলে অংকুৰ দাসে। 0 702 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail