ৰং বিৰঙ ফটোগ্ৰাফী শিতান

0 53
অস্তমিত সুৰুযে দিয়ে
 নতুন দিনৰ বতৰা 
নীডমুখী পক্ষীয়ে দিয়ে
জীয়াই থকাৰ প্ৰেৰণা।
  ছবিকেইখন চাই মনত দোলা দিয়া কিছু শব্দ
প্ৰকাশ কৰা হ’ল। আহক চোন এপলক
পক্ষীৰ পৃথিৱীত বুৰ যাও।
       
সংলাপ- হিৰক জ্যোতি
Leave A Reply

Your email address will not be published.