এইচ ডি এফ চি বেংকৰ কুইক লন শ্বপে ভেন মুকলি

0 433

এইচ ডিএফ চি বেংকে আজি মুকলি কৰিলে কুইক লন শ্বপে ভেন।উত্তৰ পূব এইচডিএফচি বেংক লিমিটেডৰ মুখ্য মাণ্ডলিক বিষয়া মিনু বিশ্বাসে বেংক বহুকেইজন প্ৰতিনিধিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই ভেনখন মুকলি কৰে।এই ভেনখনৰ জৰিয়তে বিভিন্ন গাঁও অঞ্চলত এইচ ডি এফ চি বেংকে লোনৰ সম্পৰ্কে গৈ সজাগতামূলক সভা অনুষ্ঠিত কৰিব।

Leave A Reply

Your email address will not be published.