ভাৰতৰ অন্যতম দ্ৰুত বিকশিত খাদ্য আৰু পানীয় কোম্পানী কেভেণ্টাৰে বৃহস্পতি বাৰ্ আনুষ্ঠানিক ভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুকলি কৰে ‘কেভেণ্টাৰ মিল্ক’।২০২০চনৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ২০ শতাংশ বজাৰ অংশৰ জৰিয়তে ১৫০কোটি ৰাজহ সংগ্ৰহৰ লগতে জনসাধাৰণৰ কল্যাণ সাধনৰ লক্ষ্য আগত ৰাখিয়ে বৃহৎ উদ্যোগটোৱে অসমত বিনিয়োগৰ বাবে আগবাঢ়ি অহা বুলি মত পোষণ কৰে কেভেণ্টাৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক মায়ংক জালানে। তেওঁ লগতে কয় যে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সুস্বাস্থ্যৰ প্রতি কেভেণ্টাৰ সদায় সচেতন আৰু সেয়ে তেওঁলোকে গ্ৰাহকক সদায় উৎকৃষ্ট মানৰ খাদ্যৰ যোগান ধৰি আহিছে। আনহাতে মহানগৰীৰ হোটেল তাজ ভিভেণ্টাত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি কেভেণ্টাৰ মিল্কৰ চি ই অ’ সৌৰভ জালিয়াই ইয়াৰ গুণগত মানৰ ওপৰত মতপ্ৰকাশ কৰাৰ লগতে কয় যে২০২৩ চনৰ ভিতৰত ১০হাজাৰ কোটি টকাৰে সফলতাৰ দিশত আৰু অধিক আগুৱাই যাব বুলি কেভেণ্টাৰ মিল্ককলৈ আশাবাদী ।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা